Categories
গীতি কবিতা

আহৰি

ৰচনাকাল- ২৩ আগষ্ট,২০২০ হেৰুৱা শৈশৱ বিচাৰিখোজ নিয়ৰসনা দুবৰিতঅলপ পালেই আহৰিফুৰোঁ আমি নিজান মনত টোপনি হৰিছে দুচকুতেশুব দিয়া কোলাতেআই তোমাৰ মৰমতেদেউতাৰ চেনেহতেচিন্তাবিহীন অতীতক সুঁৱৰিঅলপ পালেই আহৰিফুৰোঁ আমি নিজান মনত হেঁপাহভৰা দলিচাত আশাৰে মালাগাঁঠি গাঁঠি ক’তেনো থ’লাবিচাৰিলেও নোপোৱা পুনুগুচি যোৱা সময়…অলপ পালেই আহৰিফুৰোঁ আমি নিজান মনত

Categories
গীতি কবিতা

আহিবনে ঘূৰি বেলিটি

(ৰচনাকাল-১৫ আগষ্ট, ২০২০) অস্ত আকাশৰ জোনটি আহিবনে ঘূৰি বেলিটি শিকাবলৈ জীৱনৰ গতি উদয়াস্ত পংকিল ক্ষণকো পাহৰি প্ৰতি প্ৰভাতে ন-আশা সামৰি ধৰণী কৰে আলোকিত নাই অভিমান নাই প্ৰতিশোধ নিশিকো নুবুজোঁ আমি নিৰ্বোধ ছিগোঁ ছিগোঁ এনাজৰী-একতা নিদ্ৰাত মগন আজি সভ্যতা জাগিবলৈ লাগে কিমান পৰ! সুধিবলে মইনো কোন? এই শেঁতা নীল বিন্দুত! অস্ত আকাশৰ জোনটি ঘূৰি আহিবনে বোলিটি […]

Categories
গীতি কবিতা

খেলুৱৈ

(ৰচনাকাল-২৭ আগষ্ট, ২০২০) [ “ধোনীয়ে কিয় অনুপ্ৰাণিত কৰে“ক গীতৰ ৰূপ দিয়াৰ এক প্ৰয়াস] উৰুৱালা বিজয় ধ্বজা দেশৰ শিৰ কৰি উচ্চ খোজে প্ৰতি জীৱন যুঁজা সাধনা তোমাৰ কৃচ্ছ্ৰ প্ৰত্যাহ্বানক হাঁহিৰে সামৰি নপৰিলা ভাগৰি সুগভীৰ চিন্তা-ধৈৰ্য জীৱনৰ ছয়-চাৰি খেল খেলিলা খেলুৱৈ মনেৰে জিনিলা অন্তৰ নিদৰ্শনেৰে গঠনমূলক চিন্তাৰহিত প্ৰতিক্ৰিয়া নিৰৰ্থক অস্থিৰতাক প্ৰশয় নিদিলে হ’ব জীৱন সাৰ্থক জয়ৰ গৌৰৱ […]

Categories
গীতি কবিতা

স্নেহবন্ধন

(ৰচনাকাল-১২ আগষ্ট, ২০২০) দুটি মনৰ সেউজীয়া যুগে যুগে যুগমীয়া অমৰ প্ৰেমগাঁথা ঢাকি বুকুৰ বেথা (মহিলা)কেনভাচত ৰঙে জীৱনৰে কথা কয় (পুৰুষ)প্ৰতিটো সুৰতে ভালপোৱাৰ নৈ বয় (মহিলা)হৃদয়ৰ কথকতা তুমিয়েই আছিলা মৌনতাৰ ভাষাকো তুমি বুজিছিলা (পুৰুষ)ৰ’দযেন উজ্জ্বল তোমাৰ মুখ নালাগে কথা হাঁহিতেই সুখ অ’ সোঁৱৰণীৰ দলিচাত স্মৃতিৰ জিৰণি পৰাণ জুৰোৱা সুৰৰে কৰণি দীপালী-নীলপৱন শব্দহীন স্নেহবন্ধন অমৰ প্ৰেমগাঁথা ঢাকি […]

Categories
গীতি কবিতা

এআকাশ নীলা

(ৰচনাকাল-১০ আগষ্ট, ২০২০) এআকাশ নীলা ক’তেনো হেৰাল এমুঠি ৰ’দালি ক’তেনো লুকাল বুলি বাৰে বাৰে হতাশা কিয় জাগে মনে এবাৰ ভাবেনে? নুযুঁজি এঘড়ী নপৰিবা ভাগৰি সংগ্ৰামতেই বিচাৰি পাবা আহৰি বুজা অনুভৱী বুজা সময়ে শিকোৱা কথা শুনা কাণেপাতি শুনা মচিবলৈ বুকুৰ বেথা

Categories
গীতি কবিতা

এডুকনক্লেভ

[আঁৰৰ কথা~ ২০১৯ চনৰ ২২ ছেপ্তেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ এডুকনক্লেভ_ওৱান_পইণ্ট_জিৰৰ দুদিন আগৰ(২০ তাৰিখে) দুপৰীয়া সময়ৰ কথা। শ্ৰেণীকোঠাতে প্ৰাঞ্জল ছাৰে এটা ভিডিঅ’ বনোৱাৰ আইডিয়া দিয়ে আৰু তাৰে ছাঁ লৈ হঠাতে মোৰ মনলৈ অাহে শীৰ্ষ_সংগীত এটা উলিওৱাৰ কথা। চিধাই কথাষাৰ বন্ধু পাৰ্থসাৰথি বৰুৱা আৰু অঞ্জন ফুকনৰ লগত […]

Categories
গীতি কবিতা

প্ৰজ্ঞাদীপ

(ৰচনাকাল- ২০১৭ চনৰ ৪ মে’ত ৰচিত যদিও ২০২০ চনৰ ১০ আগষ্টত ইয়াৰে এটা শাৰী সংশোধন কৰা হয়) নাভাবিবা নিজকে দুৰ্ভগীয়া বুলি নাথাকিবা আৰু চকুলো টুকি আশাৰ চাকিটি সদায়ে আছে জ্বলি, চৌদিশে আলোকৰ ৰেণু সিঁচি বিষাদ তমসা বিনাশি, হে বন্ধু প্ৰজ্ঞাদীপ হাতে লোৱা মন-প্ৰাণ খুলি হাঁহা মধুময় জীৱনক আকোঁৱালি লোৱা৷ নিৰাশাই জানো সুখ আনিব পাৰিব? সংগ্ৰাম […]