Categories
অনুভৱৰ পৃথিৱী

শুভলক্ষ্মী বাইদেউৰ কথাৰে

২০১৯ চনত যেতিয়া বি এডত নামভৰ্তি কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ, তেতিয়া তাত বিভাগত কৰ্মৰত কোনো এজন শিক্ষক-অধ্যাপক মোৰ চিনাকী নাছিল। সময়ৰ লগে লগে কেইদিনমান পাছতে শিক্ষাগুৰুসকলৰ নামৰ সৈতে চেহেৰাবোৰ মনত ৰৈছিল যদিও কথা মনত নথকা বেমাৰটোৰ বাবে প্ৰায়ে নাম পাহৰিছিলোঁ সেইসকলৰ যিসকলে প্ৰথম ষাণ্মাসিকত আমাক ক্লাছ কৰা নাছিল। তেতিয়াৰ প্ৰথম শিক্ষক দিৱসতে এগৰাকী বাইদেউক […]

Categories
অনুভৱৰ পৃথিৱী গল্প, চুটিগল্প কিম্বা অণুগল্প

বিশ্ব মানৱতা দিৱস উপলক্ষ্যে

ৰচনাকাল – ২০ আগষ্ট, ২০১৭২০ আগষ্ট, বিশ্ব মানৱতা দিৱস উপলক্ষ্যে(পণ্ডিত প্ৰবৰ ভৱপ্ৰসাদ চলিহাৰ জন্মদিন) “ব’লাচোন, গ’লে ভাল লাগিব অ’, সঁচাকৈ কৈছোঁ”“বেয়া নাপাবা অ’, মই নাযাওঁ। গ’লে আকৌ কাজিয়া হ’ব আৰু মই বুজালেও সি নুবুজিব ৷”“কৈ দিবা মই লগ ধৰিছোঁ, অলপ সময়ৰ কাৰণেহে ৷ ভাল সভা এখন হ’ব বাবেহে কৈছোঁ তোমাক।”“বুজি পাইছোঁ মই, কিন্তু এতিয়া মোৰ […]

Categories
অনুভৱৰ পৃথিৱী অন্যান্য

এবুকু হেঁপাহ, এমুঠি সপোন, অলপ আশাৰে দুচকু ভৰুণ

সগৌৰৱে উজনি অসমত নিজৰ স্থিতি ঘোষণা কৰি থকা নাহৰৰ দেশ খ্যাত ঐতিহ্যমণ্ডিত ৰাজ্যিক বিশ্ববিদ্যালয়খনি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। দ্বিতীয় প্ৰৱেশদ্বাৰেদি সোমাই বাঁওফালে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰখনৰ কাষে কাষে পকী পথটোৰে আহি টাৰ্নিঙত বাঁওফালে ঘূৰি দিলেই চকুত পৰে ওমলা ঘৰ। ওমলা ঘৰৰ কাষতেই মাত্ৰ কেইখোজমান আগবাঢ়ি আহিলেই দেখা পোৱা যায় এটা আহল-বহল প্ৰৱেশপথৰ সৈতে থিয় হৈ আছে […]

Categories
অনুভৱৰ পৃথিৱী কলম পৰীক্ষণ টুকুৰা-টুকুৰ-ভিন্নস্বাদ

ছাঁৰ দৰে থকা বান্ধৱী বিদিশাৰ জন্মদিন উপলক্ষে একলম

“যিয়ে সংকীৰ্ণতাৰ পৰা তুলি ধৰিব পাৰে বিশালতালৈ, সেই অনুভূতিৰ নাম বন্ধুত্ব; এজোপা বিৰিখ আৰু তাৰ শিপাখিনিৰ মাজৰ সম্পৰ্কটোৰ নাম বন্ধুত্ব; পোহৰ আৰু এন্ধাৰৰ সম্পৰ্কৰ নাম বন্ধুত্ব; উপমাবিহীনতাৰ দীনতাৰ আঁচোৰে কাহানিও ক্ষত-বিক্ষত কৰিব নোৱাৰা এক অক্ষত শক্তিশালী সম্পৰ্কৰ নাম বন্ধুত্ব;…… ” -> উৎস। প্ৰথমেই এই ধুনীয়া ভিডিঅ’টো তোৰ বাবে💚 কাৰণ ইয়াত বৰ্ণিত প্ৰতিটো দিশেই তোৰ-মোৰ বন্ধুত্বত […]