Categories
ই-আলোচনী আদি

সাহিত্যৰথী এপ্লিকেচন

বৰ্তমান প্লেষ্টৰ উপলব্ধ নোহোৱা এটা অতি ভাল এপ্লিকেচন হৈছে সাহিত্যৰথী । এইটো মোৰ ম’বাইলৰ পৰা কেতিয়াও আনইনষ্টল কৰা নাছিলোঁ বাবে ইয়াৰ APK ফাইলটো ইয়াত সাঁচি থ’লোঁ। কাৰোবাৰ প্ৰয়োজন হ’লে ডাউনল’ড কৰি ইনষ্টল কৰি ল’ব পাৰিব। ভাইটি প্ৰিয়াংকুশক এপটোৰ কথা জনাওঁতে সি ইণ্টাৰনেটত খুঁচৰি এপটো ডাউনলড কৰি ল’ব পৰা ৱেবচাইটৰ লিংক এটাও বিচাৰি দিলে। সেয়ে দুয়োটা লিংক ইয়াতে দি থ’লোঁ। এপটোৰ বিষয়ে আভাস পাব পৰাকৈ কেইখনমান স্ক্ৰীণশ্বট সংযোগ কৰি দিয়া হৈছে।

ম’বাইল এপ্লিকেচন ইয়াত (ৱেবচাইট) নতুবা ইয়াত (গুগল ড্ৰাইভ) পাব।

By borahanamika

জীৱনে মৰণে মই চিৰদিন অসমীয়া

Leave a comment