Categories
কবিতাৰ দৰে কলম পৰীক্ষণ

নব্য ভাৰতৰ প্ৰতীক

ৰচনাকাল- ১৪ নৱেম্বৰ ২০০৭(সপ্তম শ্ৰেণী) (শিশু দিৱসত সৰুৰে পৰাই বহু স্থানীয় সভাত শিশু বক্তা হোৱাৰ সুযোগ পাইছিলোঁ। নিজৰ একোৱেই নাছিল। দেউতাই শিকাই-বুজাই দিয়ে, মই ভাষণ দিওঁ। অৱশ্যে আগতীয়া প্ৰস্তুতি কৰি গ’লেও মই সদায় বিষয়বস্তুটো বুজি লৈহে কথা ক’বলৈ ভাল পাইছিলোঁ। সেয়ে মাজতে ক’ৰবাত পাহৰি গ’লেও সংযোগ নেহেৰুৱাকৈ পোনাই লৈ যাব জানিছিলোঁ। সৰুতে উৎসাহ আৰু অনুপ্ৰেৰণা […]

Categories
কলম পৰীক্ষণ প্ৰবন্ধ

বিদ্যালয়ৰ আৰম্ভণি

(ষষ্ঠ শ্ৰেণীতে লিখিছিলোঁ এই টোকাটো, কি কিতাপ আৰু অন্যান্য উৎসৰ পৰা তথ্য লৈছিলোঁ মনত নপৰে। সেই সময়ত নিজৰ বুলিবলৈ খেল ধেমালিত পুৰস্কাৰ পোৱা কিতাপহে আছিল। কাৰোবাৰ ঘৰলৈ গ’লে কিবা কিতাপ-আলোচনী আদিত আগতে নজনা আকৰ্ষণীয় বিষয় পঢ়িবলৈ পালে সেইবোৰ, সংখ্যাত তেনেই কম যদিও, খুজি লৈ আনিছিলোঁ। হয়তো তেনে ক’ৰবাতেই এইখিনি পাই লিখি থোৱা। ) বিদ্যালয় বুলিলে […]

Categories
কলম পৰীক্ষণ ৰচনা

অসম মাতৃৰ সু সন্তান বিষ্ণুপ্ৰসাদ ৰাভা

(ষষ্ঠ শ্ৰেণীত থাকোতে লিখা, পাঠ্যক্ৰমৰ বিষয় হিচাপে নহয় অৱশ্যে। ) অসমৰ সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশলৈ অমূল্য অৱদান আগবঢ়াই ভাষা সাহিত্যৰ পথাৰখন চহকী কৰি থৈ যোৱা বহুতো লোক আছে।এই সকল লোকে বিভিন্ন জাতি উপজাতি কৃষ্টি সংস্কৃতিৰ সমন্বয়ত বৃহৎ অসমীয়া জাতি গঠন কৰি থৈ গৈছে। এইসকলৰ ভিতৰতেই এজন অন্যতম, যিজন আমাৰ মাজত বিপ্লৱী গণ শিল্পী, কলাগুৰু, জনতাৰ শিল্পী […]

Categories
কলম পৰীক্ষণ ৰচনা

গছ মানুহৰ পৰম সম্পদ

(পঞ্চম নে ষষ্ঠ মানত থাকোতে লিখা। আঁসোৱাহ অনেক ওলাব, সম্পাদনা কৰিবলৈ গ’লে আগৰ ৰূপ একেবাৰে নাথাকিব বাবে অসম্পাদিত ৰূপত ৰাখি থ’লো) আমাৰ পৃথিৱীখন শস্য-শ্যামলা। সকলোবোৰ সম্পদ,বস্তু লগ- লাগি আমাৰ পৃথিৱীখন সুন্দৰ হৈছে।এই সৌন্দৰ্য সৃষ্টিত অতীজৰে পৰা উদ্ভিদে মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। আমি যদি পৃথিৱীৰ সকলো সম্পদক ভালদৰে চালি-জাৰি চাওঁ, তেতিয়া দেখা পাওঁ যে সকলো […]

Categories
কবিতাৰ দৰে কলম পৰীক্ষণ

কিতাপ

(চতুৰ্থ শ্ৰেণীত(২০০৪ চন) থাকোতে লিখা কবিতা,ইয়াৰ আগতে আৰু সৰু সৰু কবিতাৰ দৰে কিবাকিবি লিখিছিলোঁ যদিও সেই অকমাণি বহীখন সৰুতেই হেৰাল। সেয়ে স্মৃতিৰ চিনস্বৰূপে প্ৰথম কবিতা এইটোৱেই। সপ্তম শ্ৰেণীত কবিতাটোৰ দুটামান শব্দ সম্পাদনা কৰা হৈছিল। ) কিতাপৰ পুথিভঁৰাল জ্ঞান বিজ্ঞানৰ কিতাপ, তাতেই আমি পাওঁ পৃথিৱীৰ কথা নানান। কিতাপৰ জ্ঞানেৰে সবে ভাল হ’ব পাৰে, কিতাপৰ মোল নুবুজাই […]